BreakingNews

দৰ্শকক আমোদ দিবলৈ পুনৰ আহি আছে 'ফিৰ হেৰা ফেৰী-৩'

Sentinel Digital Desk

ইবাৰৰ হেৰা ফেৰীতো দেখিব পোৱা যাব অক্ষয় কুমাৰ,সুনীল চেত্ৰী,পৰেশ পাৱালক ।বলীউদৰ অতি জনপ্ৰিয়তাৰে সফলতা লাভ কৰা ছবি এইখন ।২০১৮ৰ ডিচেম্বৰৰ পৰা শ্বুটিং আৰম্ব হবলগীয়া ছবি খনৰ নিৰ্দেশক ইন্দ্ৰ কুমাৰ ।