BreakingNews

নতুনকৈ আহিবলগীয়া "ধৰক" ছবিৰ ট্ৰেইলাৰ

Sentinel Digital Desk

জাহ্নবী কাপুৰ আৰু ঈশান খাটাৰৰ নতুন ছবিৰ ট্ৰেইলাৰ মুকলি হব

অহা সোমবাৰে দিনৰ ১১বজাৰ প্ৰকাশ পাব ট্ৰেইলাৰ

কৰণ জহৰে টুইটাৰ যোগে প্ৰকাশ কৰে এই কথা