যোৱা মঙল বাৰে গুৱাহাটীত সদৌ অসম উকীল সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বিল২০১৬ৰ বিৰুদ্ধে চি জে এম আদালতৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।