BreakingNews

নাগৰিককেন্দ্ৰিক অনলাইন সেৱাব্যৱস্থা মুকলি

Sentinel Digital Desk

মঙলদৈ পৌৰসভাই মঙলবাৰে আয়কৰদাতা আৰু নাগৰিকৰ সুবিধাৰ বাবে নাগৰিককেন্দ্ৰিক অনলাইন সেৱাব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাটো কমন চাৰ্ভিচ চেন্টাৰৰ সহযোগত মঙলদৈ পৌৰসভাৰ অন্তৰ্গত সকলো অঞ্চলতে এই সেৱাৰ ব্যৱস্থা কৰা হৈছে, যিটো সমগ্ৰ উত্তৰ পূৱৰ নগৰ প্ৰশাসনৰ ভিতৰতে প্ৰথম।