BreakingNews

পথ দূৰ্ঘটনাত দুজনৰ মৃত্যু

Sentinel Digital Desk

যোৱা শনিবাৰে চিৰিংৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৪ কিঃমিঃ আঁতৰত মটৰচাইকেল দূৰ্ঘটনা হৈ দুজন যুৱক আহত হয়।আহত যুৱক দুজন ক্ৰমে কামুদ্দিন আৰু হাবিবুৰ ৰহমানক শিৱসাগৰৰ চিভিল হাস্পতাললৈ লৈ যোৱা হয়।