BreakingNews

প্ৰতিটো ঘৰতে বিজুলী: কেন্দ্ৰই প্ৰধানমন্ত্ৰীৰ সপোন সাৰ্থক কৰাৰ বাবে অসমলৈ অধিক পুঁজি আবণ্টিত কৰিব

Sentinel Digital Desk

২০১৯ চনৰ ভিতৰত সকলো ঘৰলৈ বিজুলী যোগান ধৰাৰ প্ৰধান মন্ত্ৰীৰ সপোন সাৰ্থক কৰিবলৈ কেন্দ্ৰই অসমলৈ অধিক পুঁজি আবন্টনৱ কৰিব। দ্যা চেন্টিনেলৰ ৰিপ'ৰ্ট অনুসৰি, অসমে ২০১৯ চনৰ ভিতৰত প্ৰধান মন্ত্ৰীৰ সকলো ঘৰতে বিজুলী যোগান ধৰাৰ সপোনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সম্মুখীন হোৱাৰ ফলত অসমৰ বেছিভাগ ঠাইত শক্তি উৎপাদন প্ৰক্ৰিয়া স্থৱিৰ হৈ আছে অথবা অতি লেহেমীয়া হৈ আছে।