BreakingNews

প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে চুহানা খানৰ কভাৰ ফটো

Sentinel Digital Desk

জনপ্ৰিয় আলোচনী "ভগ-ইণ্ডিয়া"ত প্ৰকাশ পালে বলীউদ বাদশ্বাহ শ্বাহৰুখ খানৰ কন্যা চুহানা খানৰ কভাৰ ফটো তথা বেটুপাতৰ ফটো।প্ৰথম বাৰৰ বাবে প্ৰকাশ পালে চুহানাৰ ফটো।