BreakingNews

বিএস য়েডুৰপ্পাই ধন্যবাদ জনাই সমগ্ৰ কৰ্নাটক বাসীক

Sentinel Digital Desk

বিএস য়েডুৰপ্পাই একক বৃহত্তম বিজেপি দল হিচাপে জয় লাভ কৰাৰ বাবে সমগ্ৰ কৰ্নাটক বাসীক ধন্যবাদ জনায় আৰু লগতে শপত গ্ৰহনৰ দুদিন পিছতে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ।