BreakingNews

বিশেষ ভাৱে সক্ষম লোকসকলৰ বাবে সজাগতা ৰেলী

Sentinel Digital Desk

যোৱা শুক্ৰবাৰে বিৰুবাৰীৰ শিশু সাৰথিত শাৰীৰিক ভাৱে সক্ষম লোকসকলৰ বাবে নৰ্থ-ইষ্ট (RAISE-North-East)য়ে এক সজাগতা ৰেলী আয়োজন কৰে ।এই ৰেলীৰ মূল উদ্দেশ্য সকলো সমনতা প্ৰদান কৰা আৰু লগতে অনান্য সা-সুবিধাৰ লগতে শিক্ষাৰ সা-সুবিধা প্ৰদান কৰা ।