BreakingNews

মহিলা লেখিকাই পালন কৰে বৰ্ষপতি অনুষ্ঠান

Sentinel Digital Desk

গুৱাহাটীৰ ৰূক্মিনী নগৰত দিশপুৰ শাখাত সদৌ অসম লেখিকা সমাৰোহৰ প্ৰথমটি বৰ্ষপতি অনুষ্ঠান পালন কৰে।২০১৭ৰ ৫জুনত গঠন হোৱা এই কমিটী খনৰ সভাপতি সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্য্য।