BreakingNews

মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

Sentinel Digital Desk

উদালগুৰুি জিলাৰ ঔৰাঙ্গ লক্ষ্মী মন্দিৰত মহিলা কুৰ্মী সমাজে আৰু জিলা এস্কচাইচ বিভাগৰ এস্কচাইচ অধীক্ষক প্ৰিতম বৰুৱাই মাদকদ্ৰব্যৰ বিৰুদ্ধে সমাজ সজাগতা সভা এখন আয়োজন কৰে।