BreakingNews

মিউজিকেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন অভিজিত আৰু নিলোৎপলক

Sentinel Digital Desk

কাৰ্বিআংলংৰ ঘটনাত অভিজিত দাস আৰু নিলোৎপল নাথৰ মৃত্যুত হাফলংৰ মিউজিচিয়ান দল দেনিয়েল লাংথাচাই আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। "হাম হংগে কাময়াব" গীতটিৰ জৰিয়তে মৃত নিলোৎপল আৰু অভিজিতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।