BreakingNews

মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিলে অম্বুবাচী মেলা

Sentinel Digital Desk

অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নীলাচল পাহাৰত আজিৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ শুভদ্ধোনী কৰে। উপস্থিত থাকে অসমৰ লগতে উত্তৰ-পূৱৰ ভিন্ন ধৰ্মগুৰু আৰু সত্ৰাধিকাৰসকল।এই অনুষ্ঠান গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। অম্বুবাচী মেলা হৈছে আধ্যাত্মিক,সাংস্কৃতিক আৰু সামাজিক নৈতিক মুল্যবোধ বুলি সোণোৱালে মত প্ৰকাশ কৰে।