BreakingNews

শ্বাহৰুখ খানে ঈদ পালন কৰিলে ফিল্ম জিৰ'ৰ টীমৰ সৈতে

Sentinel Digital Desk

শ্বাহৰুখ খানৰ নতুনকৈ আহিবলগীয়া ছবি জিৰ'ৰ টীমৰ সৈতে ঈদ পালন কৰিলে অ'ৰালেণ্ডত।ছবি খনত শ্বাহৰুখনৰ লগত অনুষ্কা আৰু কেটৰিনাকো দেখা পোৱা যাব।ছবি জিৰ' মুক্তি পাব চলিত বৰ্ষত ২১ডিচেম্বৰত।