BreakingNews

'সঞ্জু' ছবি খনৰ নতুন পষ্টাৰ মুকলি

Sentinel Digital Desk

চৌনম কাপুৰে প্ৰকাশ কৰা সঞ্জু ছবি খনৰ নতুন পোষ্টাৰ খনত চৌনম আৰু ৰনবীৰৰ মাজৰ সুন্দৰ সম্পৰ্ক টোৰ বিষয়ে ফুটি উঠিছে । ১১বছৰ আগতে মুক্তি পোৱা সঞ্জয় লীলা ভঞ্চালীৰ ছবি 'চাৱাৰিয়া' ছবি খনত সদায় দেখাৰ দৰে সিহঁত দুয়োৰে মাজৰ কেমেষ্টিটো প্ৰকাশ পাইছে।