BreakingNews

সিপিআই(এমএল) : নাগৰিক বিল ৰোধ কৰাৰ দাবী

Sentinel Digital Desk

নাগৰিক সংশোধনী বিল খন ৰোধ কৰাৰ দাবী জনাইছে সিপিআই(এমএল)য়ে । বিজেপি আৰু আৰ এস এস মিলি এই বিল খন উলিয়াইছে বুলি সিপিআই দলে অভিযোগ কৰিছে।