২৫মে'ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হব।এই কথা সদৰী কৰে ছেবাৰ সচিব প্ৰবীণ শৰ্মাই ।পুৱা ৯বজাৰ পৰাই ছেবাৰ ৱেবছাইটত ফলাফল সমূহ পোৱাৰ লগতে ফলাফলৰ দিনাই মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট সমূহো প্ৰদান কৰা হব।