আমোলে সঞ্জু ছবি খনৰ সফলতাৰ বাবে চকুত লগাকৈ বিজ্ঞাপনৰ পোষ্টাৰ প্ৰকাশ কৰিছে।প্ৰতিটো সময়ত ঘটা মূল বিষয়ক কেন্দ্ৰ কৰি আমোলে এনেধৰনৰ ভিন্ন পোষ্টাৰ প্ৰকাশ কৰে।