BreakingNews

ৰূপাইচাইদিংৰ ঘটনাক কেন্দ্ৰ কৰি ৭ জনকৈ লোকক আটক

Sentinel Digital Desk

ডুমডুমাত সংঘটিত হোৱা গুলীবৰ্ষণৰ ফলত দুজনকৈ লোক নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়া আৰক্ষীয়ে ৭ জনকৈ লোকৰ লগতে এজনী মহিলাকো আটক কৰে ।