Sentinel TV

বিশ্বনাথত টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

Sentinel Digital Desk

সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সন্থাই শুক্ৰবাৰে বিশ্বনাথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ লগতে তেওঁলোকৰ বেতনসমূহ আৰু চাকৰি নিয়মীয়াকৰণ কৰিবলৈ কয় ৷ অন্যথা ভৱিষ্যতে সামূহিক প্ৰতিবাদ কৰিব বুলি প্ৰকাশ কৰে ৷