Sentinel TV

দুৰ্ঘটনাৰ সন্মুখীন ৰাজ্যিক জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ কনভয় ৷

Sentinel Digital Desk

বৃহস্পতিবাৰে দুপৰীয়া এক দুৰ্ঘটনাৰ সন্মুখীন হয় ৰাজ্যিক জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ কনভয় ৷ গুৱাহাটীৰ পৰা বোকাখাত অভিমুখে গৈ থকা অৱস্থাত নগাঁৱৰ ডিমৌত, দুৰ্ঘটনাৰ সন্মুখীন হয় AS02U 9208 নম্বৰৰ ব'লেৰো বাহনখন ৷ অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহতিৰ সন্মুখীন হোৱা নাই ।