Sentinel TV

আজি গণেশ চতুৰ্থী ।মহানগৰীত আয়োজন গণেশ পূজা ৷ এই উপলক্ষে গণেশ মন্দিৰসমূহত ভক্তৰ ভীৰ

Sentinel Digital Desk

আজি গণেশ চতুৰ্থী। সমগ্ৰ দেশৰ লগতে অসমতো সিদ্ধিদাতা গণেশৰ পূজাৰ আয়োজন কৰা হৈছে। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। গণেশ চতুৰ্থী উপলক্ষে মহানগৰীতো উখল মাখল পৰিবেশ ৷ হিন্দু ধর্মৰ দেৱতাসকলৰ ভিতৰত গণেশকেই মুখ্য স্থান দিয়া হয় অৰ্থাৎ আদি পূজা কৰা হয় গণেশক ৷ সেয়েহে মহানগৰীত গণেশ গুৰিৰ গনেশ মন্দিৰ,লতাশিল, বেলতলা,দিছপুৰ, উলুবাৰী আৰু অন্যান্য ঠাইতো আয়োজন কৰা কৰা সিদ্ধিদাতা গণেশৰ পূজা ৷