Discussion on land acts took place at Bijni college auditorium organised by BPF ,Bijni district committee .BTC chief Hagrama Mohilary was present as chief guest.
- - - - - - - -- -
চিৰাং জিলাৰ বিজনীত বিটিচি ভূমি নীতি সন্দৰ্ভত আয়োজিত এক সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জনসাধাৰণৰে আলোচনাত মিলিত হয়।